V.1-MS]-✈ মুছলিমে তাওৰাত মানিবলৈ বাধ্য ✈

V.1-MS]-✈ মুছলিমে তাওৰাত মানিবলৈ বাধ্য ✈
.
-আলি আহমেদ-১৯.০৬.২০১৭-
.
✍গ্লোবেল মুছলিম সমাজত অতিকে জনপ্ৰিয় কথাটো হ'লঃ-
.
✿☞ঈছাক আ: দিয়া  হৈছিল-ইঞ্জীল
✿☞মুছাক আ: দিয়া  হৈছিল-তাওৰাত
✿☞দাউদক আ: দিয়া হৈছিল-যবুৰ আৰু
✿মুহাম্মদক স: খা: নবী দিয়া হৈছিল-কোৰআন
.
উক্ত কথাবোৰৰ কোনো সত্যতা নাই। কোৰআন মজিদত এনে কথা পোৱা নাযায়। পোৱা যায় ঈছাৰ আ: ওপৰত, মুছা আ: ওপৰত, দাউদ আ:   ওপৰত,   নাজিলকৃত  "আল কিতাব" (কিতাপ একেখনেই একাধিক নহয়)।  কেনেকৈ কোৰআনত মুহাম্মদ স: খা: নবীলৈ ৰূপান্তৰিত হৈছিল তাৰ বিষয়েহে।
.
☆কিতাপ- মানেঃ লিখি ৰখা কাগজৰ থুপ,
☆ইঞ্জীল- মানেঃ ভাল-খবৰ,
☆তাওৰাত- মানেঃ আইন-কানুন,
☆যবুৰ- মানেঃ টুকুৰা আৰু
☆কোৰআন- মানেঃ বাৰে বাৰে পঢ়া।
.
কোৰআন মজিদত আটাইতকৈ বেছি এশ ছয়ত্ৰিচ(১৩৬) বাৰ মুছাৰ আ: নাম আৰু ওঠৰ(১৮) বাৰ তাওৰাতৰ কথা আহিছে।
.
তাওৰাত- মানেঃ আইন-কানুন।
.
✨কোৰআন, তা-হাঃ ২০: ২৫, ২৬ ,২৭ ,২৮:-
٢٥:٢٠
قَالَ رَبِّ اشْرَحْ لِي صَدْرِي
২০:২৫
মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
.
٢٦:٢٠
وَيَسِّرْ لِي أَمْرِي
২০:২৬
‘আৰু মোৰ কাম সহজ কৰি দিয়া।
.
٢٧:٢٠
وَاحْلُلْ عُقْدَةً مِنْ لِسَانِي
২০:২৭
‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-
٢٨:٢٠
يَفْقَهُوا قَوْلِي
.
২০:২৮
‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।
(মুছা আ: খুনা বোলা কথাটো অসত্য)।
.
✨বাইবেলঃ ক্বোৰআনত "তৌৰাত" শব্দটো থকাৰ দৰে "Torah" শব্দটো বাইবেলত আছে।
ইয়াৰ দুটা ভাগঃ-
.
ওল্ড টেষ্টামেন্ট আৰু নিউ টেষ্টামেন্ট (The Old and the New Testaments)।
.
ওল্ড টেষ্টামেন্টৰ প্ৰথম পাচখনক মুছাক আ: দিয়া  হৈছিল বুলি কোৱা হয় আৰু ইয়াক "তৌৰাত" নামে অভিহিত কৰে:-
.
Genesis, Exodus, Leviticus, Numbers,
Deuteronomy.
.
✨যিদৰে এক আল্লাৰ নিৰান্নবৈ(৯৯)টা গুণবাচক(ছিফা) নাম আছে ঠিক তেনেকৈ কোৰআন মজিদৰো বহু ছিফাতি নাম আছেঃ-
.
❀☞ আল-কিতাবঃ-
(2:1-2) (2:129) (2:151) (3:164) (4:127)
(4:136) (6:114) (7:196) (11:1) (14:1)
(15:1)(16:89) (18:1) (18:27) (19:16)
(19:41)(19:51) (19:54) (29:45) (29:51)
(35:29) (39:1) (39:2) (39:41) (40:1-2)
(42:17) ((43:1-2)।
.
❀☞ আল-কোৰআনঃ-
(2:185) (4:82) (6:19) (7:204) (9:111)
(10:37) (10:61) (15:87) (16: 98) (17:9)
(17:78) (17:82) (17:88) (20:1-2) (20:113)
(25:32) (27:6) (27:76) (27:92) (38:1)
(39:27) (46:29) (50:1) (54:17) (55:1-2)
((56:77)) (59:21) (72:1-2) (73:4) (73:20)।
.
❀☞ নুৰঃ-
(4:174/175)) (7:157) (64:8)।
.
❀☞ জিকিৰঃ-
(3:58) (7:1-2) (12:104) (15:9) (16:44)
(20:99)(21:24) ((21:50)) (36:11) (36:69)
(41:41)(43:5)।
.
❀☞ হিকমাঃ- (54:5)।
.
❀☞ যবুৰঃ- (21:105)।
আল আম্বিয়াঃ  ২১:১০৫
.
আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছো যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।
.
❀☞ আহচানুল হাদিসঃ- (39:23), (45:6)।
আজ ঝুমাৰঃ ৩৯:২৩,
আল জাথিয়াঃ ৪৫:৬
.
আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এটা কিতাব, যিটো সুসামঞ্জস্য আৰু যিটো পুনঃ পুনঃ আবৃত্তি কৰা হয়..............।
.
٦:٤٥
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَ اللَّهِ وَآيَاتِهِ يُؤْمِنُونَ
৪৫:৬
এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?
.
❀☞ আল ফুৰকানঃ
(The Criterion of Judgement):-
(2:185)(3:4) ((25:1)।
.
❀☞ হুদাঃ
(2:1-2) (2:97) (2:185) (3:138) (7:52)
(7:203) (10:57) (16:89) (16:102) ((27:77))
(45:20)
.
❀☞ বুৰহানঃ ( Clear Proof):(28:32)
https://quran.com/28/32
.
❀☞ No doubt, Muslims come across many arguments and concepts that get presented from various positions of thought and Islamic sources. The Quran describes itself in numerous ways and in doing so challenges the 'authority' of other sources. Some Quranic descriptions are discussed in the short article below:-
(1) A Clear Guidance (Huda)                          (2) Clear Proof (Burhan)                         
(3) Explained in Detail (Fussilat)                          (4) Clear Explanation of All Things (Tibiana Lekulli Shayin)                         
(5) The Ultimate Scale - Balance (Mizaan)                          (6) Discernment Between Truth and Falsehood (Furqan)                         
(7) Evidence Absolutely Clear (Bayyina).
.
.❇এনে বহুত কোৰআন মজিদৰ ছিফাতি নাম আছে।
.

✍ইঞ্জীল (ভাল-খবৰ) আৰু তাওৰাত (আইন-কানুন)। এই দুটাও কোৰআনৰ ছিফাত নাম, কিন্তু ইয়াক কোৰআনৰ ছিফাত নামত নধৰি কোৱা হয় বাইবেল চাবলৈ !!
.

বাইবেল শুদ্ধ ভাবে নাই আৰু ইয়াক কোৰআনৰ বাহিৰত চোৱাৰ আল্লাহ তা'লাৰ হুকুম নাই।

কোৰআনত  তাওৰাত (আইন-কানুন) আৰু ইঞ্জীল (ভাল-খবৰ) এই কেইটা ছিফাত নামত কি আছে চালে দেখা যাবঃ-
.
✍মনত ৰাখিব লাগিবযে "কিতাপ" আৰু "কোৰআন" একে নহয়। কিতাপ- মানেঃ লিখি ৰখা কাগজৰ থুপ আৰু কোৰআন- মানেঃ বাৰে বাৰে পঢ়া।
ধৰকঃ

♻১)- টেবুলৰ ওপৰত (কোৰআনৰ) এখন কিতাপ আছে-"কিতাপ"।
২)- তাক আনি পঢ়িলে কোৱা হ'ব-"কোৰআন""।

যেনেঃ-
ইউনুছঃ ১০:৩৭
٣٧:١٠
وَمَا كَانَ هَٰذَا الْقُرْآنُ أَنْ يُفْتَرَىٰ مِنْ دُونِ اللَّهِ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ
১০:৩৭
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
.
1- তাফচীলে কিতাপ-* َتَفْصِيلَ الْكِتَابِ*
(explaination of book)
2- তাফচীলে কিতাপ হ'ল- * الْقُرْآنُ *(Quran) ।
.
✍মুছাক আ: দিয়া  হৈছিল-"তাওৰাত" কেৱল মুছাক আ: দিয়া হোৱা নাই। তাওৰাত- মানেঃ আইন-কানুন। ইয়াৰ আইন-কানুন আৰু গুণাৱলী নাজিল হৈছে মুহাম্মদ স: খা: নবীকে ধৰি সমস্ত নবীসকলৰ বাবে। তাওৰাতৰ আইন-কানুন নামানিলেই কাফিৰ হ'ব। তাওৰাত  কোৰআন মজিদত ওঠৰ(১৮)বাৰ আহিছে।  হিদায়ত আৰু ৰৌচনৰ আইন-কানুন "তাওৰাতযে কেৱল মুছাক আ: দিয়া  হৈছিল এই কথা কোৰআন মজিদৰ ক'তো উল্লেখ নাই☀।
♻যেনেঃ-
আল মায়দাঃ ৫:৪৪
٤٤:٥
إِنَّا أَنْزَلْنَا التَّوْرَاةَ فِيهَا هُدًى وَنُورٌ ۚ يَحْكُمُ بِهَا النَّبِيُّونَ الَّذِينَ أَسْلَمُوا لِلَّذِينَ هَادُوا وَالرَّبَّانِيُّونَ وَالْأَحْبَارُ بِمَا اسْتُحْفِظُوا مِنْ كِتَابِ اللَّهِ وَكَانُوا عَلَيْهِ شُهَدَاءَ ۚ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا ۚ وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ
৫:৪৪
নিশ্চয় আমিয়েই তাওৰাত✿ অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।
.
✿5:44 The Torah is a collection of all the scriptures revealed through all the prophets of Israel prior to Jesus Christ, i.e., today's Old Testament. Nowhere in the Quran do we find that the Torah was given to Moses.
.
Link:- on clock...

⏰1)-http://www.iqra.net/names/QuranNames.html

⏰2)-http://quransmessage.com
.
⏰V1-MS
https://youtu.be/IiogqmJeTyM
.
☀5:44
⏰http://submission.org/

কুরআনের কোথাও কোথাও পাওয়া যায় না যে মোশিকে তোরাহ দেওয়া হয়েছিল।

.
sifat names.:-
⏰http://www.iqra.net/names/QuranNames.html
.
✍contd.☞Alia(Ali ahmed).19.06.2017.

Comments

Popular Posts