✈সৎকৰ্মৰ বাবে দহগুণ ছোৱাব পাব✈ .
✈সৎকৰ্মৰ বাবে দহগুণ ছোৱাব পাব✈
.
✈আল আনামঃ ৬:১৬০
١٦٠:٦
مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ عَشْرُ أَمْثَالِهَا ۖ وَمَنْ جَاءَ بِالسَّيِّئَةِ فَلَا يُجْزَىٰ إِلَّا مِثْلَهَا وَهُمْ لَا يُظْلَمُونَ
৬:১৬০
যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
Comments
Post a Comment