সম্পূৰ্ণ ছালাতত কেৱল কোৰআনৰ আয়াত(দোৱা) থাকিব লাগিব
✨সম্পূৰ্ণ ছালাতত কেৱল কোৰআনৰ আয়াত(দোৱা) থাকিব লাগিব✨
☀.......☀.......☀.........☀.........☀
❤আল বাক্কৰাহঃ ২:৪৫
٤٥:٢
وَاسْتَعِينُوا بِالصَّبْرِ وَالصَّلَاةِ ۚ وَإِنَّهَا لَكَبِيرَةٌ إِلَّا عَلَى الْخَاشِعِينَ
২:৪৫
আৰু তোমালোকে ধৈৰ্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।
.
❤আল আংকাবুতঃ ২৯:৪৫
٤٥:٢٩
اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
২৯:৪৫
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
.
..ssisaa..11.6.17..
Comments
Post a Comment