Allah swt divided the Hadith only in two types


❤হাদিসবোৰক মূলতঃ দুটা ভাগত বিভক্ত কৰি দিয়া হৈছেঃ-1] আহ্চানাল-হাদিস.(أَحْسَنَ الْحَدِيثِ.) আৰু  2]  লাহৱাল-হাদিস.( لَهْوَ الْحَدِيثِ)।
.
❤এই বিভক্তিকৰণ কিন্তু কোনো মানুহৰ দ্বাৰা কৰা হোৱা নাই।।
.
❤♻আহ্চানাল-হাদিস.(أَحْسَنَ الْحَدِيثِ.) :-
.

❤✨আজ্ ঝুমাৰঃ ৩৯:২৩
٢٣:٣٩
اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ اللَّهِ ۚ ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
৩৯:২৩
আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এটা কিতাব, যিটো সুসামঞ্জস্য আৰু যিটো পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।
.
2)- লুকমানঃ ৩১:৬
٦:٣١
وَمِنَ النَّاسِ مَنْ يَشْتَرِي لَهْوَ الْحَدِيثِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ
৩১:৬
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।

☀☀☀☀☀☀
.
❤হাদিসবোৰক মূলতঃ দুটা ভাগত বিভক্ত কৰি দিয়া হৈছেঃ-1] আহ্চানাল-হাদিস.(أَحْسَنَ الْحَدِيثِ.) আৰু  2]  লাহৱাল-হাদিস.( لَهْوَ الْحَدِيثِ)।
❤Allah swt divided the Hadith only in two types:-
.
☀1] Ahsanal Hadith(আহ্চানাল-হাদিস).(أَحْسَنَ الْحَدِيثِ.) আৰু  ❇2] Lahwal Hadith( লাহৱাল-হাদিস).( لَهْوَ الْحَدِيثِ)।
.
☀1)- www.quran.com/39/23
.
❇2)- www.quran.com/31/6-7
.

Comments

Popular Posts