কছৰ ছালাতত 4ক 2ৰা: কৰাৰ নিয়ম নাই
☎কছৰ ছালাতত 4ক 2ৰা: কৰাৰ নিয়ম নাই☎
.
♻আন নিছাঃ ৪:১০১-♻☞ٌ أَنْ تَقْصُرُوا = you shorten, কম কৰিব but in condition)।
.
♻আন নিছাঃ ৪:১০১-♻☞ِ إِنْ خِفْتُمْ ☜= if you fear, কাফিৰৰ পৰা যদি ভয় থাকে।
.
আন নিছাঃ ৪:১০১
١٠١:٤
وَإِذَا ضَرَبْتُمْ فِي الْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَقْصُرُوا مِنَ الصَّلَاةِ إِنْ خِفْتُمْ أَنْ يَفْتِنَكُمُ الَّذِينَ كَفَرُوا ۚ إِنَّ الْكَافِرِينَ كَانُوا لَكُمْ عَدُوًّا مُبِينًا
৪:১০১
আৰু তোমালোকে যেতিয়া দেশ-বিদেশত ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।
.
[Tape on the words to get the meaning and pronounsation.. https://quran.com/4/101]
.
⚽"কম কৰিব কৰিব" মানে আধা কৰা নুবুজাই। ইয়াৰ মানে খৰধৰকৈ পঢ়া, মানে চাৰি ৰাকাত পঢ়িবলৈ চাৰি মি: লাগিলে এক বা দুই মি:তত শেষ কৰক; conditin putup bu Allah swt that যদি কাফিৰৰ পৰা ভয় থাকে, নহলে as usual ছালাত পঢ়ক।
.
⚽⚽চাৰি ৰা: দুই ৰা: কৰিলে সেয়া ছালাতৰ মৰ্যাদাই নাথাকিব।
Link.. https://youtu.be/pSucwCMenvQ
.
❤ssis.2.6.17❤
Comments
Post a Comment