X Salat.m.shikh

ছালাত বা নামাজ আদমৰ আঃ পৰাই আৰম্ভ হৈছিল।
ছালাত দুই ধৰণৰঃ জামাতত পঢ়া ছালাত আৰু অকলশৰীকৈ পঢ়া ছালাত।
 জামাতত পঢ়া ছালাতত এজন ঈমাম থাকে। গতিকে অকলশৰীকৈ পঢ়া ছালাতত নিজেই ঈমাম।
সকলো আম্বিয়াই ঈমাম(https://quran.com/21/72-73)। কিন্তু ইব্রাহীমক আঃ আল্লাহ তা'লাই সকলোৰে  ঈমাম বনাইছে(www.quran.com/3/96), (www.quran.com/2/144)।

Comments

Popular Posts