⏰ঈশ্বা ছালাত পঢ়াৰ কোৰআনিক নিয়ম-Jsy.
⏰ঈশ্বা ছালাত পঢ়াৰ কোৰআনিক নিয়ম-Jsy.
.
⛽আন্তঃগাথনি(infrastructure)
.
⛽আল বাক্কাৰাহঃ ২:১২৫
١٢٥:٢
وَإِذْ جَعَلْنَا الْبَيْتَ مَثَابَةً لِلنَّاسِ وَأَمْنًا وَاتَّخِذُوا مِنْ مَقَامِ إِبْرَاهِيمَ مُصَلًّى ۖ وَعَهِدْنَا إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ أَنْ طَهِّرَا بَيْتِيَ لِلطَّائِفِينَ وَالْعَاكِفِينَ وَالرُّكَّعِ السُّجُودِ
২:১২৫
আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালো; আৰু (আদেশ দিলো যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলো যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।
.
⛽⛽আল বাক্কাৰাহঃ২:৪৫
٤٥:٢
وَاسْتَعِينُوا بِالصَّبْرِ وَالصَّلَاةِ ۚ وَإِنَّهَا لَكَبِيرَةٌ إِلَّا عَلَى الْخَاشِعِينَ
২:৪৫
আৰু তোমালোকে ধৈৰ্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।
.
⛽⛽⛽আল আনফালঃ৮:৩৪,৩৫
٣٤:٨
وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ اللَّهُ وَهُمْ يَصُدُّونَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوا أَوْلِيَاءَهُ ۚ إِنْ أَوْلِيَاؤُهُ إِلَّا الْمُتَّقُونَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
৮:৩৪
সিহঁতৰ কি হ’ল, কিয় আল্লাহে সিহঁতক শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰিছে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
٣٥:٨
وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَيْتِ إِلَّا مُكَاءً وَتَصْدِيَةً ۚ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
৮:৩৫
আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰী কৰিছিলা।
.
☀☀☀☀☀☀☀☀☀☀☀☀☀
.
বছৰটোৰ বাৰ মাহৰ এঘাৰ মাহতেই ঈশ্বা ছালাত(নামজ)ত কেৱল yফৰজ চাৰি ৰাকাতৰ বাহিৰে আন ছালাত নাই click on hand ✋। ৰমজান মাহত মুঠ 27 ৰাকাত(ঈছা ফৰজ-4+, তৰাবী-20+, বিতিৰ-3 = 27ৰাঃ)।
.
✍1- অজু=আল্লাহ তা'লাই কৈছেঃ হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ 1)মুখমণ্ডল ধোৱা আৰু 2)কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ 3)মূৰ মছেহ কৰা আৰু 4)সৰু গাঠি লৈকে ভৰি ধোৱা।
[আল মাইদাঃ ৫:৬
٦:٥
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا قُمْتُمْ إِلَى الصَّلَاةِ فَاغْسِلُوا وُجُوهَكُمْ وَأَيْدِيَكُمْ إِلَى الْمَرَافِقِ وَامْسَحُوا بِرُءُوسِكُمْ وَأَرْجُلَكُمْ إِلَى الْكَعْبَيْنِ ۚ وَإِنْ كُنْتُمْ جُنُبًا فَاطَّهَّرُوا ۚ وَإِنْ كُنْتُمْ مَرْضَىٰ أَوْ عَلَىٰ سَفَرٍ أَوْ جَاءَ أَحَدٌ مِنْكُمْ مِنَ الْغَائِطِ أَوْ لَامَسْتُمُ النِّسَاءَ فَلَمْ تَجِدُوا مَاءً فَتَيَمَّمُوا صَعِيدًا طَيِّبًا فَامْسَحُوا بِوُجُوهِكُمْ وَأَيْدِيكُمْ مِنْهُ ۚ مَا يُرِيدُ اللَّهُ لِيَجْعَلَ عَلَيْكُمْ مِنْ حَرَجٍ وَلَٰكِنْ يُرِيدُ لِيُطَهِّرَكُمْ وَلِيُتِمَّ نِعْمَتَهُ عَلَيْكُمْ لَعَلَّكُمْ تَشْكُرُونَ
৫:৬
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।]
.
ছালাতৰ নিয়মঃ-
✍2-একামতঃ-জাই নামাজত থিয়হৈ একামত দিবঃ
একামত আজানৰ দৰে ১মত দুবাৰ আৰু শেষত কাদকা....দুবাৰকৈ বাকীবৰ এবাৰ ক'ব। -ইয়াৰ পিছত আল্লাহুৱাকবাৰ বুলি তাকবীৰকৈ বুকু পৰ্য্যন্ত হাত উঠাই নাভীৰ ওপৰত হাত বান্ধিব।
এই নিয়ম বাইতুল্লাৰ মতেঃ
আল ইমৰাণঃ3:96
٩٦:٣
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكًا وَهُدًى لِلْعَالَمِينَ
৩:৯৬
নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
.
✍3-ছুৰা ফাতেহা পঢ়ি, মছজিদুল হাৰামাইনত থাকে তেন্তে জোৰে আমীন ক'ব, ইয়াৰ বাহিৰে আন ঠাইত আমীন মুঠেই নক'ব click on star☀।(see also ♿below)
.
আল মায়দাঃ৫:২
.......وَلَا آمِّينَ الْبَيْتَ الْحَرَامَ......
.
✍4-ছুৰা ফাতেহাৰ পিছত যিকোনো দোৱাৰ ছুৰা পঢ়ক(কোৰআন মজিদত ফালাক আৰু নাছ এই দুটাই দোৱাৰ ছুৰা আছে) অথবা যি কোনো প্ৰয়োজনীয় দোৱাৰ আয়াত পঢ়ক।
.
✍5- আল্লা হুৱাক বাৰ বুলি ৰুকুলৈগৈ পঢ়ক( এবাৰ বা বহুবাৰ):- "ৱায়াসছিৰলি আমৰি"
তা-হাঃ 20:26
٢٦:٢٠
وَيَسِّرْ لِي أَمْرِي
২০:২৬
‘আৰু মোৰ কাম সহজ কৰি দিয়া।
.
✍6- আল্লাহুৱাকবাৰ বুলিকৈ ৰুকুৰ পৰা চিধা খাড়াহৈ বুকু পৰ্য্যন্ত হাত উঠাই নাভীৰ ওপৰত হাত বান্ধি কওঁক-" আল হামদু লিল্লাহি ৰাব্বিল আলামীন" ।
✍7- ইয়াৰ পিছত ছিজদাহলৈ গৈ পুৰণি দিনবোৰত পঢ়ি থকা মানুহে বনোৱা তছবিহ বাদদি কোৰআন মজিদৰ পৰা আপোনাৰ প্ৰয়োজনীয় দোৱা এবাৰ বা বহুবাৰ পঢ়ক:-
(1)-আল মুমিনুনঃ২৩:১০৬
١٠٦:٢٣
قَالُوا رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَالِّينَ
২৩:১০৬
Qaloo rabbana ghalabat AAalayna shiqwatuna wakunna qawman dalleena
.
সিহঁতে ক’ব, ‘হে আমাৰ ৰব! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়।
.
(2)-আল বাক্কাৰাঃ
٢٠١:٢
وَمِنْهُمْ مَنْ يَقُولُ[ رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ]
২:২০১
আৰু সিহঁতৰ মাজত যিয়ে কয়, [‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’]।
(মুঠতে নিজ সমস্যাৰ বাবে দোৱাবোৰ পঢ়িব পাৰে)।
.
✍8- ছিজদাহৰ পৰা উঠি 2/3 চেঃ বহি পুনৰ ছিজদাহলৈ গৈ দোৱা পঢ়ি খাড়াহৈ প্ৰথম ৰাকাতৰ দৰে 2য় ৰা: সম্পূৰ্ণ কৰি বহক।
-এয়া তাছাহুদৰ অৱস্থা । ইয়াতো পুৰণি দিনবোৰত পঢ়ি থকা মানুহে বনোৱা দোৱা/আত্তাহিয়াতু বাদদি কোৰআন মজিদৰ আপোনাৰ প্ৰয়োজনীয় দোৱা এবাৰ বা বহুবাৰ পঢ়কঃ-
পঢ়কঃ-
✌স্ত্ৰী আৰু সন্তানৰ বাবে পঢ়িব পাৰেঃ
(1)-আল ফুৰকানঃ২৫:৭৪
٧٤:٢٥
وَالَّذِينَ يَقُولُونَ رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا
২৫:৭৪
Waallatheena yaqooloona rabbana hab lana min azwajina wathurriyyatina qurrata aAAyunin waijAAalna lilmuttaqeena imaman.
আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।
.
✌বেমাৰ আজাৰৰ বাবে পঢ়িব পাৰেঃ
(2)-আশ শুৰাঃ
٨٠:٢٦
وَإِذَا مَرِضْتُ فَهُوَ يَشْفِينِ
২৬:৮০
Waitha maridtu fahuwa yashfeeni
‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।
.
✍9- তাছাহুদৰ অৱস্থাত মানে বহাৰ পৰা এইবাৰ উঠি তিনি ৰাকাত আগৰ দৰে পঢ়ি চতুৰ্থ আৰু শেষ ৰাকাতত বহি তাছাহুদৰ দৰে দোৱা পঢ়ি বা তলৰ ইব্ৰাহিমঃ ১৪:৪১ আৰু কোৰআনিক দৰূদে আকবৰ পঢ়ি সো আৰু বাওঁফালে চালাম ফিৰালেই ছালাত শেষ।
ছালাত নিজেই দোৱা গতিকে হাত উঠাই নিজে বা সমূহীয়া ভাবে মোনাজাত কৰাটো মুছলিমৰ পৰিপন্থী।(see♿below)।
.
✌ইব্ৰাহিমঃ ১৪:৪১
٤١:١٤
رَبَّنَا اغْفِرْ لِي وَلِوَالِدَيَّ وَلِلْمُؤْمِنِينَ يَوْمَ يَقُومُ الْحِسَابُ
১৪:৪১
Rabbana ighfir lee waliwalidayya walilmumineena yawma yaqoomu alhisabu
‘হে আমাৰ ৰব! যিদিনা হিচাব অনুষ্ঠিত হ’ব সেইদিনা মোক, আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।
.
✌দৰূদে আকবৰঃ আছ ছাফ্ফাতঃ 37:180, 181,182.
سُبْحَانَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا يَصِفُونَ
وَسَلَامٌ عَلَى الْمُرْسَلِينَ
وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
☆Subhana rabbika rabbi alAAizzati AAamma yasifoona
☆Wasalamun AAala almursaleena
☆Waalhamdu lillahi rabbi alAAalameena
☆☆
١٨٠:٣٧
سُبْحَانَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا يَصِفُونَ
৩৭:১৮০
সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।
١٨١:٣٧
وَسَلَامٌ عَلَى الْمُرْسَلِينَ
৩৭:১৮১
আৰু শান্তি বৰ্ষিত হওঁক ৰাছুলসকলৰ প্ৰতি।
١٨٢:٣٧
وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
৩৭:১৮২
আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য।
.
⚠Prep by ssis.2nd ramdan.30.05.2017⚠
.
⚽Link:-
https://youtu.be/Y9hNY5Dkr0g
.
♿= https://youtu.be/T_CVU7htBI4
Comments
Post a Comment