সাফায়াত (সুপাৰিছ)
❤সাফায়াত❤
.
কোৰআন-আল ফাতসঃ৪৮:৮
.
٨:٤٨
إِنَّا أَرْسَلْنَاكَ شَاهِدًا وَمُبَشِّرًا وَنَذِيرًا
.
৪৮:৮
নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছো সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে।
.
✍আল্লাহৰ ৰাছুল স: আৰু সৰ্বশেষ নবী কেৱল আল্লাহ তা'লাৰহে ৰাছুল(messenger)। তেওঁক ৰাছুল মনোনীত কৰা হৈছে হক্ক আৰু বাতিলক দেখুৱাই দি মানুহক সতৰ্ক কৰিবৰ বাবে। সেয়েহে কোৰআনৰ এটা নাম "ফুৰকান"।
.
আল আহজাবঃ ৩৩:৪০
٤٠:٣٣
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
.
৩৩:৪০
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
.
কা'ফঃ ৫০:৪৫
٤٥:٥٠
نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ
৫০:৪৫
সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।
.
❤সাফায়াত:-
.
ৰছুলৰ স: বিভিন্ন স সদিছত পোৱা মতে শেষ বিচাৰৰ দিনা বান্দাক সাফায়াত কৰাৰ কথা পোৱা যায়।
.
⏰সচাকৈ সাফায়াত কৰিবলৈ মানুহ বিচাৰি পাবনে?
.
⚠কাৰণ
.
٣٠:٢٥
وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا
.
আল ফুৰকানঃ
٣٠:٢٥
وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا
২৫:৩০
আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।
.
☺সাফাআত নহয় complaint koribo. 25:30.
.
☺গতিকে আমি ক্বোৰআন জীৱন যাপন কৰিছো বুলি যাতে arrest নহওঁ তাৰ প্ৰতি যত্নবান হোৱাটোহে কাম্য।
.
❀ssis❀aa❀01.06.2017❀
Comments
Post a Comment