মই blogspot web siteৰ নাম ৰাখিছো

মই blogspot web siteৰ নাম ৰাখিছো:
.

  ✈Quran and its sunnah✈
কাৰণ; complete ISLAM e DEEN কোৰআনত মজুত আছে। Sunnat আদম আ:ৰ দিনৰ পৰাই আছিল। কোৰআন হ'ল ফুৰকান, কোৰআনে হক আৰু বাতিলক এনালাইচিছ কৰি দিলে, বচ ইয়াৰ পিছত দ্বীন সম্পৰ্কে আন ঠাইত বিচাৰি ফুৰাৰ প্ৰশ্নই উঠিব নোৱাৰে ।
.
অ'
হাদিস হ'ল মহম্মদ স: খাতাবুন নবীৰ Historical Record, ই দ্বীন নহয়।।
.
বুজিবৰ বাবে চাব লাগিব তলৰ লিঙ্কটোতঃ-
.
https://youtu.be/F7_9a8Vad9g
.

*SSIS*27.05.2017*
.

Added by aaliঃ-
.
فَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَبۡدِيلٗاۖ وَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَحۡوِيلًا

গতিকে আপুনি আল্লাহৰ বিধানত (ছূন্নতত) পৰিৱর্তন (তাবদিল) নাপাব আৰু আল্লাহৰ ৰীতি-নীতিত (ছূন্নতত) কোনো ধৰণৰ বিচ্যুতিও (তাহৱীল) নাপাব। (ফাতিৰ ৩৫:৪৩)।

সেই কাৰণে সৃষ্টিৰ প্ৰথম দিনৰ পৰাই আল্লাহৰ বিধান একেটাই চলি আহি আছে আৰু তাত কোনো ধৰণৰ পৰিৱৰ্তন বা লৰচৰ নাই।

Comments

Popular Posts