Seven earths incliding our own, quran approved

✨আমাৰ পৃথিৱীৰ দৰে অনুৰূপ সাতখন পৃথিৱী আছে✨
.
✈Nasa:-
http://www.news.co
.
✈Quran's criteria apporaved it.

❤তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও❤
.

আত তালাকঃ 65:12
١٢:٦٥
اللَّهُ الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ وَمِنَ الْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ الْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوا أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ وَأَنَّ اللَّهَ قَدْ أَحَاطَ بِكُلِّ شَيْءٍ عِلْمًا
৬৫:১২
তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।
.
✍More clearification includimg MUTASHABIHA by Ghamidi sahab
.
.....☆SEE AT STARTING .....
https://youtu.be/ae2ODRwx3Vg
.
Prepared by Aliaah(Ali Ahmed Ahle Quran)

Comments

Popular Posts