“Munaafiq” (hypocrite) and "Mumeem"-4:60-70

☀“Munaafiq” (hypocrite) and "Mumeem"☀...Alia...(Ali Ahmed)..
.
(Pl.see the ayaats translation below)
.
ভাৱাৰ্থঃ-

ছুৰা নিছা: 4:60-62
ইয়াত আল্লাহ তা'লাই মুনাফিকবোৰৰ কথা কৈছে।
.
4:62 :- "মৰিবৰ সময়ত মকৰধ্বজ বিচাৰা" হেন কথাৰ বিষয়ে কৈছে।
.
4:63 :- মকৰধ্বজ বিচাৰা মানুহবোৰক আল্লাহ তা'লাই ৰছুলক (স:খা:নবী) হৃদয় স্পৰ্শ কৰি যোৱাকৈ বুজাবলৈ কৈছে(যাতে সিহঁত মুমিন হয়)।
.
4:64 :- আল্লাহ তা'লাই কথাবোৰ বুজাবলৈকে তেওঁ ৰছুল(Messenger) appoint কৰে যাতে মুনাফিকবোৰে আল্লাহ তা'লাৰ শাস্তি অহাৰ আগতেই নিজকে শুদ্ধৰাই লয়।
( আল্লাহ তা'লাৰ শাস্তি আৰম্ভ হৈ গলে চিঞৰ বাখৰ কৰি লাভ নাই- 40: 84-85)।
.
4: 65 :-আল্লাহ তা'লাই নিজ শপতদি কৈছেযে: মুনাফিকবোৰে যেতিয়ালৈকে ৰছুলৰ (স:খা:নবী) আদেশ, উপদেশ ,বাদ-বিবাদৰ মিমাংসকাৰী বুলি মানি নলয় তেতিয়ালৈকে মুমিন হব নোৱাৰে।
.
4: 66:- মুনাফিকৰ পৰা মুমিন হোৱা বৰ সহজ নহয়। মুমিন সেইজনেই যি জনক আল্লাহ তা'লাই যদি নিজকে হত্যা অথবা নিজ গৃহ ত্যাগ কৰিবলৈ কয় কৰিব পাৰে। কিন্তু মুনাফিকৰ বেছিভাগেই এনে কৰিব নোৱাৰে।
.
4: 67, 68 :- মুমিনৰ বাবে আছে সৰল পথ আৰু পুৰস্কাৰেই পুৰস্কাৰ।
.
4: 69:- মুমিন সেইজনেই হ'ব পাৰে যিজনে 4:64 ত কোৱাৰ দৰে আল্লাহ আৰু তেওঁৰ ৰছুলৰ আনুগত্য কৰে আৰু তেৱেই লাভাম্বিত হয়।
.
4:70:- এয়াই আল্লাহ তা'লাৰ প্ৰকৃত জ্ঞান ।।
.
⛽ https://quran.com/4/60-70
.
☀(compiled by Alia.24.6.2017).
.
(Nak said authentic socalled hadith needed to explaination and understand Quran,
This is not the way..Alia..
✋ https://youtu.be/bB4cARWalY4

.

Comments

Popular Posts