Eid ◼কোৰআন মজিদত "ঈদ 🔺عِيدًا " ◼

◼কোৰআন মজিদত "ঈদ 🔺عِيدًا " ◼
.
🍀আল মায়দা: ৫:১১৪
١١٤:٥
قَالَ عِيسَى ابْنُ مَرْيَمَ اللَّهُمَّ رَبَّنَا أَنْزِلْ عَلَيْنَا مَائِدَةً مِنَ السَّمَاءِ تَكُونُ لَنَا 🔺عِيدًا لِأَوَّلِنَا وَآخِرِنَا وَآيَةً مِنْكَ ۖ وَارْزُقْنَا وَأَنْتَ خَيْرُ الرَّازِقِينَ
৫:১১৪
মাৰইয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ ৰব! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰবৰ্তী সকলোৰে বাবে হ’ব 🔺আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।
.
🍀তা-হা: ২০:৫৯
٥٩:٢٠
قَالَ مَوْ☢عِدُكُمْ يَوْمُ الزِّينَةِ وَأَنْ يُحْشَرَ النَّاسُ ضُحًى
২০:৫৯
মুছাই ক’লে, ‘উৎসৱৰ☢ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।
.
🍀Eid ul Fitr in Macca video:
https://youtu.be/0gcknKUUkLE

Comments

Popular Posts