দ্বীনক প্ৰতিষ্ঠিত কৰিবলৈ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব লাগিব.Alia.

❤দ্বীনক প্ৰতিষ্ঠিত কৰিবলৈ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব লাগিব❤-Alia-20.6.17
.

(Pl. B.F the link:MasudRannabd.fb )

.

✨✨১}- ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’।
✨✨২}- তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব।
✨Note:- "ৰাছুলৰ আনুগত্য কৰা’'_মানে "আহ্চানাল-হাদিস.(أَحْسَنَ الْحَدِيثِ.)" (কোৰআন)ৰ কথা কোৱা হৈছে ।।)
.
✿✿✿✿✿✿✿✿✿✿✿✿✿✿✿✿✿✿
.
♻আন নুৰঃ ২৪: ৫৪, ৫৫, ৫৬
٥٤:٢٤
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
২৪:৫৪
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
.
٥٥:٢٤
وَعَدَ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَعَمِلُوا الصَّالِحَاتِ لَيَسْتَخْلِفَنَّهُمْ فِي الْأَرْضِ كَمَا اسْتَخْلَفَ الَّذِينَ مِنْ قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُمْ مِنْ بَعْدِ خَوْفِهِمْ أَمْنًا ۚ يَعْبُدُونَنِي لَا يُشْرِكُونَ بِي شَيْئًا ۚ وَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
২৪:৫৫
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।
.
٥٦:٢٤
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا الرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ
২৪:৫৬
আৰু তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।
☆☆☆☆☆☆☆☆☆☆☆☆☆☆☆
.
Added:- সত্য গোপন......
.
আপনারা আপনাদের আয়ের ৫ ভাগের ১ ভাগ অর্থ যাকাত/জিযিয়া কর হিসেবে প্রতিমাসেই রাষ্ট্রের বিকল্প কোষাগারে জমা দিন। আখিরাতে শান্তির জন্য অতিরিক্তি অর্থ সেচ্ছায় সদকা দিয়ে সৎকর্মপরায়ণ হোন আর জান্নাত নিশ্চিত করুন; কারণ- ‘আর যারা ঈমান আনে ও সৎকর্ম করে তারাই জান্নাতবাসী, তারা সেখানে স্থায়ী হবে (২:৮২); সূরা-২, বাকারা, আয়াত-৮২। ‘যারা আমেলূস সালেহ (সৎকর্ম) করে তারাই জান্নাতে যাবে দেখুন- ২:২৫, ৬২; ৩:১০৪; ৪:৫৭; ৪:১২২; ৪:১৭৩; ৫:৯; ৫:৬৯; ৬:১৬০; ৭:৪২; ১০:৯; ১১:১১; ১১:২৩; ১১:১১৫-১১৬; ১৩:২৯; ১৪:২৩; ১৬:৩০-৩১; ১৬:৯৭; ১৭:৯; ১৭:১৬; ১৮:২; ১৮:৩০-৩১; ১৮:৮৮; ১৮:১০৭-১০৮; ১৯:৬০; ১৯:৯৬; ২০:৭৫-৭৬; ২০:৮২; ২০:১১২; ২১:৯৪; ২২:১৪; ২২:২৩; ২২:৫০; ২৪:৫৫; ২২:৫৬; ২৫:৭০; ২৭:৮৯; ২৮:৬৭; ২৮:৮০; ২৯:৭; ২৯:৯; ২৯:৫৮; ৩০:১৫; ৩০:৪৪-৪৫; ৩১:৮-৯; ৩২:১৯; ৩৩:২৯; ৩৩:৩১; ৩৪:৪; ৩৪:৩৭; ৩৫:৭; ৪০:৪০; ৪১:৮; ৪২:২২-২৩; ৪২:২৬; ৪৫:৩০; ৪৭:২; ৪৭:১২; ৪৮:২৯; ৫৩:৩১; ৬৪:৯; ৬৫:১১; ৭৭:৪১-৪৪; ৭৬:৫-২১; ৮৪:২৫; ৮৫:১১; ৯৫:৬; ৯৮:৭-৮; ১০৩:২-৩ আয়াত ।
.
♬Alia♬20.6.2017♬

Comments

Popular Posts