[1]Quran says Muhammad s:k:nabi was Rich; [2]but S.Hadith said he was Poor
E❇[1]Quran says Muhammad s:k:nabi was Rich; [2]but S.Hadith said he was Poor!!❇
.
Prepared by❀ALIA❀26.06.2017❀
.
[1]✍কোৰআনে কয় মহম্মদ স:খা:নবী ধনী আছিল।✍
.
✿তেওঁৰ বহুত ঘৰ(☎بُيُوت)আছিল।
✿তেওঁ বহু মানুহক খোৱাৰ (♚)দাৱাত কৰিছিল।
✿তেওঁৰ বহুত পিন্ধা কাপোৰ আছিল(✨✨✨✨)।
✿তেওঁৰ দামী অভাৰ কোট(✨✨) আছিল।
✿তেওঁ সফল ব্যৱসায়ী আছিল (❤تِجَارَةٌ Tizarat-Trading)।
.
.
✍আল আহজাবঃ ৩৩:৫৩
٥٣:٣٣
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَدْخُلُوا بُيُوت(☎)َ النَّبِيِّ إِلَّا أَنْ يُؤْذَنَ لَكُمْ إِلَىٰ طَعَامٍ غَيْرَ نَاظِرِينَ إِنَاهُ وَلَٰكِنْ إِذَا دُعِيتُمْ فَادْخُلُوا فَإِذَا طَعِمْتُمْ فَانْتَشِرُوا وَلَا مُسْتَأْنِسِينَ لِحَدِيثٍ ۚ إِنَّ ذَٰلِكُمْ كَانَ يُؤْذِي النَّبِيَّ فَيَسْتَحْيِي مِنْكُمْ ۖ وَاللَّهُ لَا يَسْتَحْيِي مِنَ الْحَقِّ ۚ وَإِذَا سَأَلْتُمُوهُنَّ مَتَاعًا فَاسْأَلُوهُنَّ مِنْ وَرَاءِ حِجَابٍ ۚ ذَٰلِكُمْ أَطْهَرُ لِقُلُوبِكُمْ وَقُلُوبِهِنَّ ۚ وَمَا كَانَ لَكُمْ أَنْ تُؤْذُوا رَسُولَ اللَّهِ وَلَا أَنْ تَنْكِحُوا أَزْوَاجَهُ مِنْ بَعْدِهِ أَبَدًا ۚ إِنَّ ذَٰلِكُمْ كَانَ عِنْدَ اللَّهِ عَظِيمًا
৩৩:৫৩

হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে ♚খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়া তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো মহা অপৰাধ।
.١:٧٣
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ يَا أَيُّهَا الْمُزَّمِّلُ
৭৩:১
✨হে বস্ত্ৰাবৃত।(clothing)।
.
١:٧٤
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ يَا أَيُّهَا الْمُدَّثِّرُ
৭৪:১
✨✨হে বস্ত্ৰাবৃত।(garment)।
.
Al-Muddaththir(The Man Wearing a Cloak).
.٤:٧٤
وَثِيَابَكَ فَطَهِّرْ
✨✨✨৭৪:৪
وَثِيَابَكَ(Maximum cloths).
আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা।
.
٨:٩٣
وَوَجَدَكَ عَائِلًا فَأَغْنَىٰ
✨✨✨✨৯৩:৮
( فَأَغْنَىٰ =অভাৱমুক্ত)।
আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে।
.
❤আন নুৰঃ 37, 38
❤تِجَارَةٌ Tizarat-Tradin
٣٧:٢٤
رِجَالٌ لَا تُلْهِيهِمْ ❤تِجَارَةٌ وَلَا بَيْعٌ عَنْ ذِكْرِ اللَّهِ وَإِقَامِ الصَّلَاةِ وَإِيتَاءِ الزَّكَاةِ ۙ يَخَافُونَ يَوْمًا تَتَقَلَّبُ فِيهِ الْقُلُوبُ وَالْأَبْصَارُ
২৪:৩৭
সেইসকল লোকে, যিসকলক ব্যৱসায়-বানিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।

٣٨:٢٤
لِيَجْزِيَهُمُ اللَّهُ أَحْسَنَ مَا عَمِلُوا وَيَزِيدَهُمْ مِنْ فَضْلِهِ ۗ وَاللَّهُ يَرْزُقُ مَنْ يَشَاءُ بِغَيْرِ حِسَابٍ
২৪:৩৮
তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰষ্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈয়ো বেছি প্ৰদান কৰে। আৰু আল্লাহে যাক ইচ্ছা অপৰিমিত জীৱিকা দান কৰে।
.
[2]✍সহী হাদিছে কয়(?) মহম্মদ স:খা:নবী বৰ দুখিয়া আছিল।✍

♿☜ ইয়াতে বৰ বেয়াকৈ আঘাত কৰক।
.
_আলিআ_
_আলিআ_
.
Linkup. self
http://quranitssunnah.blogspot.in/2017/08/bukhari-contradict-with-himself-quran.html?m=1

Comments
Post a Comment